ইউজাৰে এই ভিডিঅ’ক শ্বেয়াৰ কৰি এই দাবী কৰিছে যে, ফায়াৰিং-ৰ এই ঘটনা সেই সময়ত সংঘটিত হৈছে, যেতিয়া এটা গাধ মছজিদৰ ভিতৰত সোমাই যোৱাৰ পাছত সেইটোক দেখা পাই মৌলৱীয়ে গুলী চলাই দিছিলে আৰু সেই ঘটনা ইমান ডাঙৰ হৈ গ’ল যে সেই ঘটনাত 51 জন মানুহৰ মৃত্যু হৈছে আৰু বহু কেইজন আঘাতপ্ৰাপ্ত হৈছে।