About: http://data.cimple.eu/claim-review/ad34fff2de40a19d41ab9b16a2951ab614085f0af7f92f620998a0c0     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: আছানছ’লৰ পৰা পুৰি লৈ বন্দে ভাৰত চলোৱাৰ এই ৰেলৰ ন’টিফিকেচনখন ভুৱা বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই দাবি ভুৱা। এয়া এখন ভুৱা ন’টিফিকেচন। ভাৰতীয়ে ৰেলে এনে কোনো সম্ভাব্য ন’টিফিকেচন সঁদৰি কৰা নাই। - By: Umam Noor - Published: Dec 18, 2023 at 05:59 PM নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ভাৰতীয় ৰেলৱেৰ এখন স্ক্ৰিনশট ভাইৰাল হোৱাৰ খবৰ আহিছে, য’ত বন্দে ভাৰত ৰেলৰ আছানছ’লৰ পৰা পুৰি লৈ সম্ভাব্য সময়সূচী দিয়া হৈছে। এই সময়সূচী অনুসৰি, আছানছ’লৰ পৰা বাঁকুড়া আৰু ভুৱনেশ্বৰ হৈ বন্দে ভাৰত পুৰিলৈ যাব। বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই দাবি ভুৱা। এয়া এখন ভুৱা ন’টিফিকেচন। ভাৰতীয়ে ৰেলে এনে কোনো সম্ভাব্য ন’টিফিকেচন সঁদৰি কৰা নাই। কি আছে ভাইৰাল পোষ্টত? ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, ”আছানছ’লৰ পৰা পুৰি লৈ বন্দে ভাৰত। সম্ভাব্য সূচী।” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি নিউজ বিছাৰিলো, কিন্তু আমি এনে কোনো সংবাদ নাপালো। যদি সঁচাকৈ এনে কোনো খবৰ হলেহেঁতেন তেন্তে, কোনোবা নিৰ্ভৰযোগ্য ৱেবচাইটত এই সন্দৰ্ভত নিশ্চয়ই খবৰ থাকিলেহেঁতেন। তদন্ত আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি ইষ্টাৰ্ন ৰেলৱেৰ সামাজিক মাধ্যম হেণ্ডেলত ভাইৰাল ন’টিফিকেশনখন বিছৰা আৰম্ভ কৰিলোঁ। তদন্ত প্ৰক্ৰিয়াত আমি ইষ্টাৰ্ন ৰেলৱেৰ এক্স হেণ্ডেলত 6 ডিচেম্বৰৰ এখন পোষ্ট পালো, য’ত এই ন’টিফিকেশনখনক ভুৱা বুলি ঘোষণা কৰা হৈছে। ইষ্টাৰ্ন ৰেলৱেৰ হেডকুৱাটাৰে এই খন্ডন কৰা সংবাদক নিজৰ অফিছিয়েল ফেচবুক পেজতও সঁদৰি কৰিছে। ভাইৰাল পোষ্ট সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি পূৰ্ব ৰেলৱেৰ পিআৰঅ’ Shri Diptimoy Dutta লগত যোগাযোগ কৰিলোঁ আৰু তেঁওও ভাইৰাল ন’টিফিকেশনক ভুৱা বুলি ঘোষণা কৰিছে। ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজন পশ্চিম বঙ্গৰ বাসিন্দা। নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই দাবি ভুৱা। এয়া এখন ভুৱা ন’টিফিকেচন। ভাৰতীয়ে ৰেলে এনে কোনো সম্ভাব্য ন’টিফিকেচন সঁদৰি কৰা নাই। - Claim Review : আছানছ’লৰ পৰা পুৰি লৈ বন্দে ভাৰত। সম্ভাব্য সূচী। - Claimed By : Sourav Satpati Amit - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software