About: http://data.cimple.eu/claim-review/1b0e53eb1c385b2ec20463d9943ec0df8b4ae3b12a2091592298c1de     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check : গছত প্ৰস্তুত হোৱা চিত্ৰকলাৰ এই ছবি এআই আহিলাৰ সহায়ত বনোৱা হৈছে, আচল বুলি ভাবিলৈ শ্বেয়াৰ কৰা হৈ আছে বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই ছবিখন আচল নহয়, আনকি কৃত্ৰিম বুদ্ধিমত্তা(AI) আহিলাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। মানুহে ছবিখনক সঁচা ভাবি শ্বেয়াৰ কৰি আছে। - By: Umam Noor - Published: Apr 24, 2024 at 02:58 PM নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তা আহিলাৰ জৰিয়তে প্ৰস্তুত কৰা ছবি ভাইৰাল হৈ থাকে। যিসকলক মানুহে সঁচা ভাবি শ্বেয়াৰ কৰি থাকে। এই সুত্ৰত এখন ছবি ভাইৰাল হৈ আছে, য’ত এজন ব্যক্তিক গছত চিত্ৰকলা কৰি থাক অৱস্থাত দেখা পোৱা যায়। আৰু গছত ট্ৰেক্টৰ অংকণ কৰা দেখা যায়। বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই ছবিখন আচল নহয়, আনকি কৃত্ৰিম বুদ্ধিমত্তা(AI) আহিলাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। মানুহে ছবিখনক সঁচা ভাবি শ্বেয়াৰ কৰি আছে। ভাইৰাল পোষ্টত কি আছে? ফেটবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, “প্ৰতিভা দুখত বিকশিত হয় আৰু প্ৰকৃতিৰ কোলাত আৰু গাঁওৰ শিপাত প্ৰস্ফুটিত হয় ” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত ভাইৰাল ছবিখনক দেখাত স্বাভাৱিক যেন লাগা নাই, তাত আকৌ গছৰ ওচৰত থকা কুঠাৰৰ আকৃতিও বেলেগ লাগিছে। প্ৰাৰম্ভিক তদন্তত ছবিখন এআই হোৱাৰ সন্দেহ হৈছিল। এই ভিত্তিত আমি তদন্ত আগবঢ়ালোঁ আৰু এআই নিৰ্মিত ছবি চেক কৰাৰ বাবে ব্যৱহাৰ হোৱা আহিলাৰ জৰিয়তে ছবিখন চেক কৰিলোঁ। হাইভ মোডাৰেচনৰ মতে, ছবিখন এআই নিৰ্মিত হোৱা সম্ভাৱনা 99.9 শতাংশ হয়। ভাইৰাল ছবিখনক আমি অইন এখন এআই আহিলা ‘isitai.com’-ত ও চেক কৰিলোঁ আৰু তাত পোৱা ফলাফল মতে এই ছবিখন 87.99% শতাংশ এআই-ৰ জৰিয়তে প্ৰস্তুত হোৱা বুলি জনা যায়। ভাইৰাল পোষ্ট সন্দৰ্ভত নিশ্চিত হোৱাৰ বাবে আমি এআই চিত্ৰকাৰ ভাৰ্গৱ বলেৰাৰ লগত যোগাযোগ কৰি তেঁওক ছবিখন পঠালোঁ। তেঁও আমাক জঁনালে যে, “এয়া এআই দ্বাৰা প্ৰস্তুত হোৱা ছবি, আচল ছবি নহয়।” এআই সন্দৰ্ভত অন্যান্য ফেক্ট চেক ৰিপোৰ্ট বিশ্বাস নিউজৰ এআই চেক বিভাগত বিস্তাৰিতভাবে পঢ়িব পাৰিব। ভুৱা পোষ্ট শ্বেয়াৰ কৰা এক্স হেণ্ডেলৰ সামাজিক ষ্কেনিঙত এই তথ্য পোহৰলৈ আহিছে যে, ব্যৱহাৰকাৰীজনক 53 হাজাৰৰও অধিক মানুহে অনুসৰণ কৰে নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই ছবিখন আচল নহয়, আনকি কৃত্ৰিম বুদ্ধিমত্তা(AI) আহিলাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। মানুহে ছবিখনক সঁচা ভাবি শ্বেয়াৰ কৰি আছে। - Claim Review : এই সুত্ৰত এখন ছবি ভাইৰাল হৈ আছে, য’ত এজন ব্যক্তিক গছত চিত্ৰকলা কৰি থাক অৱস্থাত দেখা পোৱা যায়। আৰু গছত ট্ৰেক্টৰ অংকণ কৰা দেখা যায়। - Claimed By : FB User: Pardeep Panwar - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software