About: http://data.cimple.eu/claim-review/f2efcc7a214ee6376eebe40209c1d85a2b2fe8a8aa56f0bdbb99fa4f     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ভাইৰেল ছবিৰ সুৰংগৰ নামটোক এডিট কৰা হৈছে, ছনিয়া গান্ধীৰ নামৰ সৈতে যুক্ত কৰি অপপ্ৰচাৰ চলোৱা হৈ আছে বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ছবিত থকা সুৰংগৰ নামটোক এডিট কৰা হৈছে। সুৰংগৰ ছবিখন আচলতে মুম্বই-পুণে এক্সপ্ৰেছ-ৱেৰ ভাটন টানেলৰ হয়, সেই নামটোক এডিট কৰি তাৰ ঠাইত ছনিয়া লিখা হৈছে। - By: Umam Noor - Published: Jul 30, 2024 at 12:05 PM - Updated: Jul 30, 2024 at 12:52 PM নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত আকৌ এবাৰ সুৰংগ এটাৰ ছবিক আপত্তিকৰ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে। ছবিখনক কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছনিয়া গান্ধীৰ নামৰ সৈতে যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে। সেই ছবিখনক শ্বেয়াৰ কৰি ইউজাৰে দাবী কৰি আছে যে, ছবিখনত যিটো নাম লিখা থকা দেখা পোৱা গৈ আছে, সেয়া সঁচা হয়। সেই পোষ্টতে ইউজাৰে প্ৰশ্ন সুধি আছে যে, সুৰংগৰ এই নামকৰণ কোনে কৰিছে। বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ছবিখনত সুৰংগৰ যি নাম দেখা পোৱা গৈ আছে, সেয়া এডিট কৰা হয়। এই ছবিখন আচলতে মুম্বই-পুণে এক্সপ্ৰেছ-ৱেৰ ভাটন টানেলৰ হয়। সেই নামটোক এডিট কৰি সেই ঠাইত ছনিয়া লিখা হৈছে। ভাইৰেল পোষ্টত কি আছে? ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ”এয়া ক’ত আছে আৰু নামকৰণ কোনে কৰিছে।” পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক। তদন্ত আমি নিজৰ তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে ভাইৰেল ছবিখনক আমি গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰিছোঁ। ছাৰ্চ কৰি থাকোঁতে আমি অবিকল এনেকুৱা সুৰংগৰ ছবিয়ে দেখা পাইছোঁ। ছবিখন ‘ভাটন টানেল’ নামৰ এটা ফেচবুক পেজত আপলোড কৰি থোৱা আছে। তাত থকা ছবিখনতো দেখা পোৱা গৈ আছে যে, সুৰংগৰ উপৰত ইংৰাজীত ভাটন টানেল লিখা আছে। ইয়াৰ ভিত্তিত হে আমি নিজৰ তদন্তক আগুৱাই লৈ গৈছোঁ আৰু ফট’ এজেঞ্চি অলামী-ৰ ৱেবছাইটতো এই সুৰংগৰ ছবি দেখা পাইছোঁ আমি। তাতেও দেখা পোৱা গৈছে যে, ভাটন টানেল বুলি লিখা আছে। নেটিভ প্লেনেট ডট কম-ৰ ৱেবছাইটত থকা তথ্য অনুসৰি, এই সুৰংগখন মুম্বই-পুণে এক্সপ্ৰেছ-ৱে হয়। ভাটন টানেলৰ আৰু বহু কেইখন ভিডিঅ’ ইউটিউব-ত আপলোড হৈ থকা দেখা পাইছোঁ আমি। এই একেখন ছবিক একে ধৰণৰ ভুৱা দাবীৰ সৈতে আগতেও ভাইৰেল কৰা হৈছে। সেই সময়তো আমি নিশ্চিত হোৱাৰ কাৰণে মিড-ডে কাকতৰ ছিনিয়ৰ ৰিপ’ৰ্টাৰ সমীউল্লাহ খানৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁ আমাক কৈছিলে যে, ছবিখন এডিটেড হয় আৰ ভাটন সুৰংগৰ হয়। যিজন ফেচবুক ইউজাৰে ভুৱা পোষ্ট শ্বেয়াৰ কৰিছে, তেওঁৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি দেখা পালোঁ যে, এই গৰাকী ইউজাৰে ভাবাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত পোষ্ট শ্বেয়াৰ কৰি থাকে। इस खबर को हिंदी में यहां पढ़ा जा सकता है। নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ছবিত থকা সুৰংগৰ নামটোক এডিট কৰা হৈছে। সুৰংগৰ ছবিখন আচলতে মুম্বই-পুণে এক্সপ্ৰেছ-ৱেৰ ভাটন টানেলৰ হয়, সেই নামটোক এডিট কৰি তাৰ ঠাইত ছনিয়া লিখা হৈছে। - Claim Review : এয়া ক’ত আছে আৰু নামকৰণ কোনে কৰিছে। - Claimed By : FB User- Vaibhav Upadhyay - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 7 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software